Sunday, 11 September 2022

Assam Direct Recruitment DRIVER Exam all questions and answers (Unofficial Answer key) Date - 11 September 2022

 Assam Direct Recruitment 2022 Exam

Paper - V (Driver Exam)

Memory Based Questions

11 September 2022




1) Lotus Temple কত অৱস্থিত?

Ans- দিল্লী


2) 'Abhigyanam Shakuntalam ' কোনে লিখিছিল?

Ans- কালিদাস


3) জোনবিল মেলা ৰ মূল বিষয় বস্তু কি?

Ans- বিনিময়।


4) স্বাধীনতা দিৱসত প্ৰধান মন্ত্ৰীয়ে দেশবাসিক কোন ন্থানৰ পৰা সম্বোধন কোৰে?

Ans- লাল কিল্লা


5) 'Missile Man of India ' কাক কোৱা হয়?

Ans- Dr A P J Abdul Kalam


6) শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল?

Ans- ৰামসিংহ


7) Largest Memory unit of Computer?

Ans- TB


8) ভাৰতীয় সংবিধানত কেইটা অনুসূচী (Schedule) আছে?

Ans- ১২ টা


9) অসমৰ ৰাজ্যিক পক্ষী কি?

Ans- দেইহাঁহ


10) ভৰতৰ ৰাষ্ট্ৰীয় জন্তু কি 

Ans - বাঘ 


11) Iron man of India কাক কোৱা হয়?

Ans- চৰ্দাৰ বল্লভ ভাই পেটেলে


12) পকী কোন জন উপৰিপুৰুষৰ ঘৰ?

Ans- জ্যোতি প্ৰসাদ আগৰৱালা


13) চিলাৰা়ৰ আন এটা নাম কি আছিল?

Ans- শুক্লধজ্ব


14) গছৰ সুৰুঙত কোন চৰাইয়ে বাঁহ সাজে?

Ans- ধনেশ পক্ষী 


15) টুচু পূজা কোন জনজাতিৰ উৎসৱ?

Ans- চাহ জনজাতিসকলৰ


16) মুখা শিল্প আটাইতকৈ কত বেছি কত চৰ্চা হয়?

Ans- মাজুলী


17) First Album of Zubeen Garg?

Ans - অনামিকা


18) Manila কোন দেশৰ ৰাজধানী?

Ans- Phillipines


19) Computer ৰ কোনটো Output Device?

Ans- Speaker


20) গছে কত খাদ্য প্ৰস্তুত কৰে?

Ans- পাতত


21) কপৌ ফুল কোন ৰাজ্যৰ ৰাজ্যিক ফুল ?

Ans - অসম আৰু অৰুণাচল


22) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?

Ans- ইংৰাজ আৰু মান ৰ মাজত


23) আটাইতকৈ পুৰণি পৰ্বতমালা কি?

Ans- আৰভল্লি পৰ্বতমালা


24) অলপতে কোন ঠাইত তেল দুৰ্ঘটনা হৈছিল?

Ans- বাঘজানত


25) ৰাজতৰংগিনিৰ লিখক কোন?

Ans- কলহানা।



Assam Direct Recruitment DRIVER Exam all questions and answers.



No comments:

Post a Comment