Monday, 22 August 2022

Assam Direct Recruitment Grade III Exam Most Important Questions and Answer 2022

 Assam Direct Recruitment Grade III Exam Important Questions and answer 




PART - 1

GENERAL KNOWLEDGE 


1) 'জয় জোৱান জয় কিষণ ' শ্লোগান কোনে দিছিল?

a. লাল বাহাদুৰ শাস্ত্ৰী

b. অটল বিহাৰী বাজপেয়ী 

c. নৰেন্দ্ৰ মোদী 

d. চৌধাৰী সিং

Ans - A

2) পৃথিৱীৰ সৰ্বাধিক কফি উৎপাদন কত হয়?

a. ব্ৰাজিল 

b. আমেৰিকা 

c. কানাডা 

d. জাপান

Ans - a

3) এচিদ বৰষুণ কি অক্সাইডৰ ফলত হয়?

a. ছালফাৰ আৰু Nitrogen

b. ফছফাৰাছ আৰু কাৰ্বন 

c. ছালফাৰ আৰু ফছফাৰাছ 

d. Nitrogen আৰু কাৰ্বন

Ans - a

4) Assam Tribune ৰ প্ৰথম সম্পাদক কোন আছিল?

a. হোমেন বৰগোহাঞি 

b. লক্ষ্মীনাথ ফুকন 

c. ৰাধাগোবিন্দ বৰুৱা 

d. কৃতিনাথ হাজৰিকা 

Ans - b

5) অশোকৰ শেষ যুদ্ধ কোনখন আছিল?

a. পলাশী যুদ্ধ 

b. কলিংগ যুদ্ধ 

c. পানিপথৰ যুদ্ধ 

d. কলিকতাৰ যুদ্ধ 

Ans - b

6) অসমৰ মুঠ জিলা কেইখন?

a. 35 

b . 36

c . 32

d. 34

Ans - a

7) অসমৰ জাতীয় গছ কি?

a. বদ্গছ 

b. গমাৰি 

c. হোলোং 

d. আহত গছ 

Ans - c

8) Google ৰ মুখ্য কাৰ্যাল়য় কত আছে?

a. কেলিফৰ্ণিয়া 

b. নিউয়ৰ্ক 

c. ব্ৰাজিল 

d. মুম্বাই

Ans - a

9) ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে বৰ্তমান কাক নিয়োগ কৰা হৈছে?

a. ৰবি শাস্ত্ৰী 

b. সৌৰভ গাংগুলী 

c. অনিল কুম্বলে 

d. ৰাহুল দ্ৰবিড় 

Ans - d

10) আসম ছাত্ৰ সন্মিলনৰ প্ৰথম খন অধিবেশন কত অনুষ্ঠিত হৈছিল?

a. গুৱাহাটী 

b. যোৰহাট 

c. শিৱসাগৰ 

d. গোলাঘাট 

Ans - a

11) বাথৌ পূজা কোন জনজাতি লোকে পালন কৰে?

a. কাৰ্বি 

b. মিচিং 

c. বড়ো 

d. ৰাভা 

Ans - d

12) কলিয়াভোমোৰা দলং দৈৰ্ঘ্য কিমান?

a. 4051

b. 4015

c. 3015 

d. 3051

Ans - c

13) পঞ্চতন্ত কাৰ ৰচিত?

a. ৰঞ্জু হাজৰিকা 

b. লক্ষ্মীনাথ বেজবৰুৱা

c. হেম বৰুৱা 

d. বিষ্ণু শৰ্মা 

Ans - d

14) 'হাৱা মহল ' কত অৱস্থিত?

a. ৰাজস্থান 

b. জম্মু আৰু কাশ্মীৰ 

c. মহাৰাষ্ট্ৰ 

d. গুজৰাট

Ans - a

15) কাক 'ক্ৰিকেটৰ ইশ্বৰ ' উপনাম দিয়া হয়?

a. ৰিকি পইন্তিং 

b. অনিল কুম্বলে 

c. ধনী 

d. শচীন টেণ্ডুলকাৰৰ

Ans - d

16) 'কথকলি' নৃত্ৰ কোনখন ৰাজ্যৰ নৃত্ৰ?

a. তামিলনাডু 

b. কেৰেলা 

c. অন্ধ্ৰপ্ৰদেশ 

d. উৰিষ্যা

Ans - b




PART - 2

SOCIAL SCIENCE



1) কিমান চনত অসমত আয়কৰ (Income Tax) প্ৰব্তন কৰা হৈছিল?

Ans - Year 1860 


2) মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

Ans- 1858 (26 February)


3) কমেশ্বৰ সিংহৰ মৃত্যু কেতিয়া হৈছিল?

Ans - 1851 


4) আছাম আছচিয়েচনৰ প্রথম অধিবেশন কত হৈছিল?

Ans- ডিব্ৰুগড়


5) ৰাইমনা ৰাইষ্ট্ৰিয় উদ্যান কত আছে?

Ans - কোকৰাঝাৰ জিলাত


6) বৰপাত্ৰ গোহাঁইৰ পদ টো কোনজন আহোম ৰজাৰই সৃষ্টি কৰিছিল?

Ans - চুহুংমুং 


7) পুৱামক্কা কত অৱস্থিত?

Ans - হাজো 


8) কথা গীতা কিতাপ খন কোনে ৰচনা কৰিছিল?

Ans - ভট্টদেৱ 


9) আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল?

Ans - পাঞ্জাব ৰ 


10) চৰক সংহিতা কোনে লিখিছিল?

Ans - চৰক 


11) নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?

Ans- হৰ্ণবিল ( অসমীয়াত ধনেশ পক্ষী) 


12) মিজো শব্দটোৰ অৰ্থ কি?

Ans- পাহাৰৰ বাসিন্দা 


13) হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা জনৰ নাম কি?

Ans - চুহুংমুং 


14) পৃথিৱীৰ আটাইতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্ৰটো কত আছে?

Ans - যোৰহাট ত ( কেন্দ্ৰটোৰ নাম টকলাই চাহ গৱেষণা কেন্দ্ৰ) 


15) যিকোনো এবিধ প্ৰাণীৰ কিমান বছৰ একো সন্ধান নাপালে অবলুপ্ত বুলি ধৰা হয়?

Ans - 50 বছৰ


16) শৰাইঘাটৰ যুদ্ধ কিমান চনত সংগঠিত হৈছিল?

Ans - Year 1671 


17) নামদাং ৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল নামদাং নদীৰ ওপৰত?

Ans - স্বৰ্গদেউ ৰুদ্ৰ সিংহই 


18) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন?

Ans - ছাহাৰা মৰুভূমি 


19) মানৱ জাতিয়ে ব্যৱহাৰ কৰা প্ৰথম ধাতু (Metal) কোনটো আছিল?

Ans- তাম (Copper) 


20) বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) কাৰ্যাল়য় (Headquarter) কত অৱস্থিত?

Ans - জেনেভা (Geneva)


21) গৌতম বুদ্ধৰ জন্ম কত হৈছিল?

a. পুতালিপুত্ৰ      

b. লুম্বিনি

c. সাৰনথ

d. বোধগয়া

Ans- b


PART - 3

GK & SOCIAL SCIENCE


1) অসমৰ বুৰঞ্জীত কাক নকল আহোম (জলমবটা) আখ্য দিয়া হৈছে?

Ans - কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা


2) আটাইতকৈ কম বয়সীয়া আহোম ৰজা জন কোন আছিল?

Ans - চুলিকফা (লৰাৰজা)


3) কোনজন শিখ গুৰুৱে শিখসকলক একত্ৰিত কৰি পাঞ্জাব t শিখ সাম্ৰাজ্য স্থাপন কৰে?

Ans - ৰঞ্জিত সিং


4) বিশ্ব পৰিবেশ দিবস কেতিয়া পালন কৰা হয়?

Ans - 5 জুন তাৰিখে


5) ১ ডিচেম্বৰ তাৰিখে কি দিবস হিচাপে পালন কৰা হয়?

Ans - বিশ্ব এইডছ দিবস


6) 'অসম দিবস' কোন তাৰিখে পালন কৰা হয়?

Ans- ২ ডিচেম্বৰ


7) নাথুলা পাছ কোনখন ৰাজ্যৰত অবস্থিত?

Ans - চিকিম ত


8) চি -ইউ -কি পুথিখনৰ ৰচক কোন?

Ans- হিউৱেনচানং


9) মাধৱদেৱৰ নাট সমূহক কি বুলি জনা যায়?

Ans - ঝুমুৰা


10) কপাহ খেতিৰ বাবে কোনবিধ মাটি বেছি উপযোগী?

Ana - কলা মাটি (Regur Soil)


11) "Forest Man of India " (অৰন্য মানৱ) কাক কোৱা হয়?

Ans- যাদৱ পায়াং (ভাৰত চৰকাৰে 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে)


12) মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ গ্ৰহণ কৰিছিল?

Ans- লিলাধৰ বৰুৱা


13) আফগানিস্তান ৰ ৰাজধানী আৰু প্ৰচলিত মুদ্ৰা নাম কি?

Ans- কাবুল আৰু আফগানি


14) নেপাল ৰ ৰাজধানী আৰু প্ৰচলিত মুদ্ৰা নাম কি?

Ans- Kathmandu and Nepalese Rupee


15) মহাসাগৰৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ টোৰ নাম কি?

Ans- ফেথ মিটাৰ (Fathometer)


16) আজাদ হিন্দ ফৌজৰ মূল শ্লোগান কি আছিল?

Ans - Jai Hind ( আজাদ হিন্দ ফৌজ গঠন কৰিছিল নেতাজী সুভাষচন্দ্ৰ বসে 1942 চনত)


17) 2022 ৰ কমনৱেলথ গেমছত কিমান খন দেশে অংশগ্ৰহণ কৰিছিল?

Ans - 72 


18) মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন?

Ans - কাৰ্বি আংলং জিলা


19) কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল?

Ans - মাজুলী (2020 বৰ্ষত)


20) যাদৱ পায়াংএ অকলে বনোৱা হাবি খনৰ নাম কি?

Ans- মলাই হাবি (Molai Forest)


21) কোনটো ভিটামিনৰ অভাৱৰ ফলত কুকুৰিকণা (Night Blindness) বেমাৰ হয়?

a. Vitamin K

b. Vitamin A

c. Vitamin E

d. Vitamin D

Ans- b


PART - 4

GK & SOCIAL SCIENCE


1) হাইদাং গীত কোন জনগোষ্ঠী লোকৰ?

Ans - সুনুৱাল কছাৰী


2) Asian Games 2023 চনত কত অনুষ্ঠিত হব?

Ans - চীনৰ হাংযোত হব (4 বছৰৰ মুৰে মুৰে Asian Games হয়)


3) চাংলু কোনখন ৰাজ্যৰ লোকো নিত্যৰ নাম?

Ans- নাগালেণ্ড


4) ব্ৰিটিছে এম কে গান্ধীক দিয়া উপাধি টো কিয় আছিল?

Ans- কেছৰ ই হিন্দ (Kaiser e Hind)


5) ভাৰত আৰু চীনৰ পৃথক কৰা ৰেখা দালৰ নাম কি? (Assam Tet 2012)

Ans- মেকমোহন লাইন


6) শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথম সত্ৰ খনৰ নাম কি?

Ans- বৰদোৱা সত্ৰ (শংকৰদেৱৰ জন্মস্থান আৰু 1494 তেওঁ সত্ৰ খন প্ৰতিষ্ঠা কৰিছিল)


7) টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল?

Ans - কাশীনাথ তামুলী ফুকন


8) হেজাৰী ভাওনা মূখ্যত: অসমৰ কুনখন জিলাত অনুষ্ঠিত হৈছিল?

Ans- নগাঁৱত


9) হুমৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল?

Ans- লোকমান্য বাল গংগাধৰ তিলক


10) "চিৰ চেনেহী মোৰ ভাষা জননী" কোনে Composed কৰিছিল?

Ans- মিত্ৰদেৱ মহন্তৰ (T heme songs of অসম সাহিত্য সভা)


11) ভিটামিন C ক আন কি নামেৰে জনা যায়?

Ans- Ascorbic Acid


12) কমনৱেলথ গেমছ 2022 ৰ মূলমন্ত্ৰ (Motto) কি আছিল?

Ans- Games for Everyone


13) মাকাম উপন্যাস খনৰ লেখক কোন?

Ans- ৰীতা চৌধৰীয়


14) 2022 ৰ কমনৱেলথ গেমছ  কোনখন চহৰত  অনুষ্ঠিত হৈছে? 

Ans - বৰ্মিংহাম


15) ভাৰতৰ প্ৰথম আদিবাসী মহিলা ৰাষট্ৰপতি কোন? (ভাৰতৰ নতুন ৰাষ্ট্ৰপতি)

Ans - দ্ৰুপদী মূৰ্মু (Draupadi Murmu) (15 তম ৰাষ্ট্ৰপতি)


16) হিন্দু উপত্যকা সভ্যতাৰ মানুহে কাক পূজা কৰিছিল?

Ans- পশুপতি (Pashupati)


17) বনৰীয়া ঘোঁৰা পোৱা বিশ্বৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?

Ans - ডিব্ৰুছৈখোৱা (1999 চনৰ চনত ডিব্ৰুছৈখোৱা ক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বকৃতি প্ৰদান কৰে)


18) বায়ুমণ্ডলৰ আটাইতকৈ গুৰুতপূৰ্ণ স্তৰ টো কি?

Ans- Troposphere


19) কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল?

Ans - লক্ষ্মীনাথ বেজবৰুৱা 


20) কোনজন আহোম ৰজাই প্ৰথমবাৰ বাৱে ভূমি জোখ - মাখৰ আঁচনি আৰম্ভ কৰিছিল?

Ans - গদাধৰ সিংহ


21) জাতিংগা কোনখন নৈৰ উপনৈ?

Ans- বৰাক নৈ 

(জাতিংগা  হৈছে ডিমা হাছাও জিলাৰ এখন গাঁও আৰু জাতিংগা ত চৰাইযে আত্ম হত্যা কৰে (চৰাইযে আত্ম হত্যা কৰা জিলা খনৰ নাম?)


22) "মামৰে ধৰা তাৰুৱাল " গ্ৰন্থ খনৰ লেখক কোন?

a. মামণি ৰয়ছমৰ গোস্বামী



PART - 5

GK & SOCIAL SCIENCE



1) আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে?

Ans - ভিটামিন C


2) প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ নাম কি?

Ans- ঘৰ জেউতি (Published in 1927)


3) অসম চুক্তি কিমান চনত হৈছিল?

Ans- 1985 চনৰ 15 আগষ্ট ৰ দিনা (অসম চুক্তিত 15 টা দফা (Clause) আছে)


4) দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জৰিত?

Ans - মনসা


5) অসমীয়া ভাষাৰ উপৰিও, অসমৰ পৰা আৰু কি ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰা হৈছে?

Ans- বড়ো (Bodo) (ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিত সৰ্বমুঠ 22 টা ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে.)


6) "হুমায়ুন নামা" কোনে লিখিছিল?

Ans- Gulbadabn Begum ( "হুমায়ুন নামা" হৈছে হুমায়ুন জীৱনী আৰু Gulbadabn Begum হৈছে বাবৰৰ জীয়ৰি আৰু হুমায়ুনৰ ভগ্নী)


7) "আকবৰ নামা " কোনে লিখিছিল?

Ans- আবুল ফজল (আকবৰৰ জীৱনী)


8) কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক Project Tiger হিচাপে ঘোষণা কৰা হৈছিল?

Ans- 2006 (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাবে স্বাকৃতি লাভ কৰিছিল আৰু 1985 চনত World Heritage Site হিচাবে স্বাকৃতি লাভ কৰিছিল )


9) বেক্টেৰয়া মাৰিবলৈ কোনটো ৰশ্মি ব্যবহাৰ কৰা হয়?

Ans- অতি বেঙুনীয়া ৰশ্মি


10) তামুলপুৰ কেতিয়া আনুষ্ঠানিক ভাবে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?

Ans- 2022 চনৰ 23 জানুৱাৰী ত তামুলপুৰক আনুষ্ঠানিক ভাৱে অসমৰ 35 তাম জিলা হিচাপে ঘোষণা কৰে।


11) অসমত গড় বৰষুণৰ হাৰ কিমান?

Ans - 207 CM


12) উপনিষদ বোৰ কিহৰ ওপৰত আধাৰিত গ্ৰন্থ?

Ans- দৰ্শন (Philosophy)


15) অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?

Ans- চিযাং (Siang)


16) 2022 চনত হোৱা কমনৱেলথ গেমছ ত মীৰাবাই চানুৱে কোনটো পদক জিকিছে?

Ans- Gold Medal (2022 কমনৱেলথ গেমছ - Barmingham) (2020 চনৰ Tokyo Olympic - Silver Medal)


17) ভাৰতৰ সংবিধানৰ কোনটো অংশক "সংবিধানৰ আত্মা" বুলি বৰ্ণনা কৰা হৈছে?

Ans- সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (The right to Constitutional remedies)


18) "জ্ঞানপীঠ বঁটা" লাভ কৰা প্ৰথম অসমীয়া কোন?

Ans- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয় নামৰ উপন্যাস খনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল)


19) ৰাছিয়াৰ ৰাজধানী আৰু প্ৰচলিত মুদ্ৰা কি?

Ans- মস্কো আৰু ৰুবেল (Moscow and Rubel)


20) হোজাইগিৰি (Hojaigiri) কোন খন ৰাজ্যৰ নৃত্য?

Ans- ত্ৰিপুৰা (Tripura)


21) কোনটো ভিটামিনে তেজ গোট মৰাৰ সহায় কৰে? (TET)

a. Vitamin K

b. Vitamin A

c. Vitamin C

d. Vitamin D

Ans- a


PART - 6

GK & SOCIAL SCIENCE


1) লাচিত দিবস কোন তাৰিখে পালন কৰা হয়?

Ans- 24 November


2) "Discovery of Assam " গ্ৰন্থ খনৰ লেখক কোন?

Ans- Satis Chandra Kakoti


3) জুনবিল মেলা কোন সম্প্ৰদায়ৰ সৈতে জৰিত?

Ans- Tiwa (জুনবিল মেলা হয় - মৰিগাঁও জিলাত আৰু বিনিম়য প্ৰথা এতিয়াও প্ৰচলিত হৈ আছে)


4) National Games অসমত কেতিয়া অনুষ্ঠিত হৈছিল?

Ans- 2007 চনত (2007 চনত অনুষ্ঠিত হোৱা National Games আছিল 33 নং) (বৰ্তমান National Games অনুষ্ঠিত হব Gujrat (September মাহত) ত 36 নং National Games


5) আহোম আৰু কোচ ৰাজ্যৰ মাজত সোৱনশিৰি নদীক সীমা হিচাপে কিহৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল?

Ans- মাজুলী সন্ধি (Treaty af Majili) (মাজুলী সন্ধি হৈছিল 1563 ত আৰু কোচ ৰজা নৰনাৰায়ণ আৰু আহোম সুক্ৰংফা ৰ মাজত)


6) 2022 চনত FIFA World Cup কত অনুষ্ঠিত হব?

Ans- Qatar (From 21 November to 18 December 2022)


6) অসমীয়া চুটিগল্পৰ (Short Stories) পৃতি কোন?

Ans- লক্ষ্মীনাথ বেজবৰৱা ( প্ৰথম অসমীয়া চুটিগল্প হল - সেউতী আৰু 1892 চনত জোনাকীত প্ৰকাশ পাইছিল)


7) সোনাই ৰূপাই বান্যপ্ৰাণী অভৰাঅৰণ্য অসমৰ কোন জিলাত আছে? 

Ans- Sonitpor (Tezpur)


8) দৃষ্টিহীন সকলৰ বাবে ভাৰতৰ প্ৰথমটো ৰেডিঅ চেনেলৰ নাম কি?

Ans- Radio Aksh (Launched in Nagpur)


9) কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কি আছিল?

Ans- ঘূৰণীয়া (Round) (কোচ - ঘূৰণীয়া, আহোম সকলে - ৮ কুনিয় )


10) বিশ্ব অংগ দিবস কেতিয়া পালন কৰা হয়?

Ans- 13 August


11) H1N1 পৰা হোৱা বেমৰৰ হল?

Ans- ছোৱাইন ফ্লু


12) অসম চুক্তি ৰ বাবে কোনটো শোধনাগাৰ স্থাপন হৈছিল? 

Ans- নুমলিগড় শোধনাগাৰ (অসম চুক্তি বাবেই শংকৰদেৱ কলাক্ষেত্ৰ সাংস্কৃতিক প্ৰতিষ্ঠন গঠন হৈছিল)


13) প্ৰাচীন ভাৰতৰ ৰাজনীতি বিজ্ঞানৰ ওপৰত লিখা বিখ্যাত কিতাপখনৰ নাম কি?

Ans- অৰ্থশাস্ত্ৰ ( লিখিছিল- কোটিল্য বা চাণক্য)


14) বেদনাৰ উল্কা ৰ লেখক কোন?

Ans- অম্বিকাগিৰী ৰায় চৌধুৰী (কবিতা ৰ কিতাপ) প্ৰথম প্ৰকাশ হৈছিল 1964 আৰু সাহিত্য অকাডেমি বটা পাইছিল 1966)


15) মেডাম-মে-ফি উৎসৱ কোনে উদযাপন কৰে?

Ans- আহোম সকলে


16) অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধামন্ত্ৰী কোন আছিল? 

Ans- ৰাজীৱ গান্ধী


17) পানী বিশুদ্ধ কৰাৰ বাবে কোনটো ৰাসায়নিক পদাৰ্থ ব্যবহাৰ কৰা হয়?

Ans- ক্লৰিন (Chlorine)


18) ক্ষমতা (Power) ৰ SI একক কি?

Ans- ৱাট 


19) থাইৰস্কিনৰ অভাৱৰ কি ৰোগ হয়?

Ans- গৰল ৰোগ


20) প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমৰপীঠ কোনখন গ্ৰন্থত উল্লেখ আছে?

Ans- হৰ-গৌৰী সংবাদ


21) কোন চনৰ পৰিবেশ সুৰক্ষা আইন গৃহীত গৈছিল?

a. 1975 চনত

 b. 1996 চনত 

 c. 1986 চনত 

 d. 1972 চনত

Ans- c


PART - 7

GK & SOCIAL SCIENCE


1) "এছিয়াৰ পোহৰ " বুলি কাক কোৱা হয়?

Ans- গৌতম বুদ্ধক


2) গীয়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা গৈছে?

Ans- Rig Veda (গীয়ত্ৰী মন্ত্ৰ ৰ ৰচক বিশ্ৰামিত্ৰ )


3) কোনখন উপনিষদ পৰা "সত্যমেৱ জয়তে" শব্দ টো লোৱা হৈছে?

Ans - মুণ্ডক উপনিষদ ৰ পৰা।


4) ভাৰতীয় নেপোলিয়ন বুলি কাক জনা যায়?

Ans- সমুদ্ৰ গুপ্ত (V.A Smith এ সমুদ্ৰ গুপ্ত ক ভাৰতীয় নেপোলিয়ন উল্লেখ কৰিছিল)


5) শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ স্বৰূপ ৰচনা খন কি?

Ans- কীৰ্তন ঘোষা


6) হালদীঘাটৰ যুদ্ধত আকবৰৰ সেনাপতি কোন আছিল?

Ans- মান সিং

 (হালদীঘাটৰ যুদ্ধ হৈছিল - 18 June 1576, যুদ্ধ হৈছিল মেৱাৰৰ ৰজা - মহাৰাণা প্ৰতাপ আৰু আকবৰৰ সেনাপতি - মান সিংৰ মাজত)


7) Dr A P J Abdul Kalam ৰ তত্বাবধানত কোনটো Missile বিকশিত (Developed) কৰা হৈছিল?

Ans- পৃথ্বী (Prithvi)

(Prithvi Missile Developed by DRDO (Difence Research and Development Organization) unde the leadership of Dr A P J Abdul Kalam , DRDO headquarter- New Delhi)


8) GST ৰ সম্পূৰ্ণ নাম কি ?

Ans- Goods and Services Tax


9) প্ৰকশংকৰী যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি?

Ans- মাধৱ কন্দলী

(প্ৰকশংকৰী যুগ মানে হৈছে শংকৰদেৱৰ জন্মৰ আগৰ, প্ৰক শংকৰী যুগৰ কবি - হেম সৰস্বতী, মাধৱ কন্দলী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী)


10) প্ৰথম অসমীয়া চনেট কোনখন?

Ans- প্ৰিয়তমাৰ চিঠি

(প্ৰিয়তমাৰ চিঠি লিখিছিল - হেমচন্দ্ৰ গোস্বামী)


11) Iraq (ইৰাক) ৰ মুদ্ৰাৰ নাম কি?

Ans- Iraqi Dinar (Capital is- Baghdad)


12) আলি-আই-লৃগাং কি?

Ans- মিচিং সকলৰ এটি প্ৰচীন কৃষি উৎসৱ


13) নেহেৰু ট্ৰফি (Nehru Trophy) আৰু নেহেৰু কাপ (Nehru Cup) কোনটো খেলৰ সৈতে সম্পৰ্কিত?

Ans- Nehru Cup - Football

Nehru Trophy - Boat Race 


15) ৰাইডাৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

Ans - Golf খেলৰ সৈতে সম্পৰ্কিত.


16) কাগজৰ মূদ্ৰা (Paper Currency) জাৰী কৰা প্ৰথম দেশ কোনখন?

Ans- China


17) বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি?

Ans- Water Lily (ৱাটাৰ লিলি) (India - Lotus)


18) পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

Ans- 1526 ( ইব্ৰাহিম লুদী আৰু বাবৰৰ মাজত হৈছিল আৰু জিকিছিল বাবৰৰ) 


19) দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়?

Ans- চলচ্চিত্ৰ ক্ষেত্ৰত


20) অসমৰ কোনখন অৰণ্য পূবৰ আমাজন (Amazone of the East) নামেৰে জনা যায়?

Ans- দিহিং পাটকাই 


21) অসমত মুঠ তেল শোধনাগাৰ কেইটা আছে?

a. 3

b. 4

c. 2

d. 5

Ans- b


PART - 8

GK & SOCIAL SCIENCE


1) নামঘোষাত কিমান টা ঘোষা আছে?

Ans- ১০০০ টা

(নামঘোষা লিখিছিল - মাধৱদেৱে, ইয়াক হেজৰী ঘোষা বুলিও জনা যায়)


2) What is the Scientific Name of Rice?

Ans- Oryza Sativa


3) ভাৰতৰ "Missile Women" and Man বুলি কাক জনা যায়?

Ans- Tessy Thomas and Dr A P J Abdul Kalam


4) "Republic" গ্ৰন্থ খন কোনে লিখিছিল?

Ans- প্লেটো এ লিখিছিল around 375 BC


5) ভাৰতৰ প্ৰাচীনতম বাদ্য যন্ত্ৰ কোনটো?

Ans- Veena

 ( Veena বৈদিক যুগতেই ব্যবহাৰ হৈছিল বুলি প্ৰমাণ পোৱা গৈছিল)


6) " Wings of Fire" কাৰ আত্মজীৱনী?

Ans- Dr A P J Abdul Kalam


7) কেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "জনতা কাৰফিও" আবেদন কৰিছিল?

Ans- 22 March 2020


8) ভাৰতৰ আটাইতকৈ পুৰণি হাইকোৰ্ট (High Court) কোনটো?

Ans- Calcutta High Court


9) অসমৰ বৰ্ষাৰণ্য প্ৰতিষ্ঠান (Rain Forest Research Institute) কত অৱস্থিত?

Ans- যোৰহাট ত


10) তেলেংগানা ৰাজ্য কোনখন ৰাজ্যৰ বিভাজনৰ ফলত সৃষ্টি হৈছে?

Ans- অন্ধ্ৰ প্ৰদেশ কেতিয়া (হৈছিল - 2 জুন 2014 ত)


11) "মেগদুত" ৰ লেখক কোন?

Ans- কালিদাস (মেগদুত হৈছে - প্ৰেমৰ কবিতাৰ সংকলন, কবিতা আছে - 115 টা)


12) তুসু পূজা কোনটো সম্প্ৰদাযে পালন কৰে?

Ans- অসমৰ চাহ জনগষ্ঠীৰ লোক সকলে পালন কৰে।

13) "অসম ৰত্ন " লাভ কৰা প্ৰথম অসমীয়া কোন আছিল?

Ans- Dr Bhupen Hazarika ( Cash Prize - 3 lc, 2009 চনত লাভ কৰিছিল)


14) অসম সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়?

Ans- ৰজনীকান্ত বৰদলৈক (তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল 1925 চনত যিখন অনুষ্ঠিত হৈছিল নগাঁৱত , তেওঁৰ প্ৰথম উপন্যাস হৈছে Miri Jiyori published in 1894)


15) জয়সাগৰ কোনে খন্দাইছিল?

Ans- আহোম ৰজাৰুদ্ৰ সিংহই,(ৰুদ্ৰ সিংহই আৰু - নামদাং শিলৰ সাঁকো, ৰুদ্ৰ সিংহ- গদাধৰ সিংহ ৰ পূত্ৰ।


16) NABARD & ISRO সম্পূৰ্ণ নাম কি?

Ans- NABARD- National Bank for Agriculture and Rural Development

(NABARD- Mumbai, Chairman - Dr G.R. Chintal, Established on- 12 July 1982)

ISRO- Indian Space Research Organization (Headquarter- Bengaluru, Chairman - S. Somanath, Established - 15 August 1969)


17) "চেৰজা " কোনটো জাতিৰ এটা বাদ্যযন্ত্ৰ?

Ans- Bodo সকলৰ


18) NEDFi ৰ প্ৰধান কাৰ্য্যালয় কত আছে?

Ans- Guwahati ত (NEDFI- North Eastern Development Finance Corporation Ltd, Established - 9 August 1995)


19) মানৱ জাতিৰ ওপৰত আধাৰিত অসমীয়া দৰ্শনৰ লোকগীতবোৰক কি কোৱা হয়?

Ans- টোকাৰি গীত।


20) নীতি আয়োগৰ মুখ্য কাৰ্যযালয় কত অৱস্থিত?

Ans- New Delhi (Full Form of NITI আয়োগ - National Institution for Transforming India)


21) First Headquarter of RBI ? (Reserve Bank of India)

a. Mumbai 

b.Kolkata

c. Delhi

d. Bangluru

Ans- b


PART - 9

GK & SOCIAL SCIENCE


1) "জন লোকপাল বিল" ভাৰতবৰ্ষৰ কোনটো বিষয়ৰ লগত জৰিত?

Ans- দুৰ্নীতিৰ বিৰুদ্ধে।


2) চোৰা কোনখন দেশৰ সংসদৰ নাম?

Ans- আফগানিস্তান 


3) বংগ ভংগ আন্দোলন কেতিয়া হৈছিল?

Ans- 1905


4) চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হয় আৰু প্ৰথম শ্বহীদ কোন?

Ans - 1857 আৰু মংগল পাণ্ডে


5) কাগজ কলত ব্যবহাৰ কৰা বিষাক্ত পদাৰ্থ বিধ কি?

Ans- পৰা


6) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?

Ans- শ্ৰী গুপ্ত


7) "নামামি ব্ৰহ্মপুত্ৰ " উৎসৱ প্ৰথম বাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল?

Ans- 2017 চনত


8) চন্দ্ৰয়ান -2 অভিযানত ব্যবহাৰ কৰা লেণ্ডাৰ খনৰ নান কি?

Ans - বিক্ৰম লেণ্ডাৰ


9) ভাৰত নাট্যম কোনখন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল?

Ans- তামিলনাডু


10) কুম্ভ মেলা কিমান বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়?

Ans- 12 বছৰ


11) দূৰদৰ্শন যোগে প্ৰচাৰিত প্ৰথম অনুষ্ঠান কি আছিল?

Ans- কৃষি দৰ্শন


12) লৱনি কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য?

Ans- মহাৰাষ্ট্ৰ


13) মানৱ অধিকাৰ দিবস কেতিয়া পালন কৰা হয়?

Ans- 10 December


14) সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?

Ans- বনফুল। (লিখিছিল - যতীন্দ্ৰ নাথ দুৱাৰা)


15) ৰষ্টীয় খেল?

Ans- 

Russia - Chess

India - Hockey

Pakistan - Hockey

England - Cricket

Cina - Table Tannis

Scotland- Rugbi Football


16) কোন ৰাজ্যৰ মহিলাৰ বাবে 181 জৰুৰী help line মুকলি কৰিছে?

Ans- অসম (সৰ্বানন্দ সোণোৱাল


17) What is the main Source of Vitamin D.

Ans- Sun Rays


18) ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?

Ans- গদাধৰ সিংহৰ দিনত


19) চামেলি মেমচাহাব কথা ছবিৰ সেষ্ঠ সংগীত পৰিচালক কোন?

Ans- Dr Bhupen Hazarika


20) কোনখন ঠাইত মূদ্ৰা ছপা কৰা কাৰখানা আছে?

Ans- নাছিক


21) ভাৰতত মূদ্ৰা প্ৰচলন কোনে কৰিছিল?

a. সেৰসাহ 

b. অশোক 

c. আকবৰ 

d. চন্দ্ৰগুপ্ত



PART - 10

GK & SOCIAL SCIENCE



1) ভাৰতত ধাতু (Coins) মূদ্ৰা জাৰি কৰাৰ কৃতিত্ব কাৰ?

Ans- Ministry of Finance


2) 2023 চনত ক্ৰিকেট বিশ্বকাপ আয়োজন কৰিব?

Ans- India


3) আৰব সাগৰৰ ৰাণী (Queen of Arabian Sea" বুলি কোনটো বন্দৰক কোৱা হয়?

Ans- কোচি বন্দৰ (Kochi Port)


4) পায়ালি এক্সপ্ৰেছ আৰু ধিং এক্সপ্ৰেছ কাক কোৱা হয়?

Ans- পায়ালি এক্সপ্ৰেছ - পি টি উষা

ধিং এক্সপ্ৰেছ - হিমা দাস


5) নামবৰ অভৰাঅৰণ্যা কোন খন জিলাত অৱস্থিত?

Ans- কাৰ্বি আংলং (27 জুলাই 2000 চনত নামবৰক অভৰাঅৰণ্যা ৰূপে সঘোষণা কৰা হয়)


6) National Stock Exchange ৰ নতুন CEO (chief executive officer) কাক নিযুক্তি দিয়া হৈছে?

Ans- Ashish Kumar Chauhan


7) 2022 চনৰ G7 সভা কত অনুষ্ঠিত হয়?

Ans- জাৰ্মানীত


8) 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল?

Ans- চন্দ্ৰধৰ বৰুৱা (Second President of Assam Sahitya Sabha in 1918)


9) উৎসৱ সমূহ:-

খেৰাই উৎসৱ - বড়ো

ইয়ালিং - তিৱা

দোমাহি - কাৰ্বি 

দেহাল পূজা - কাৰ্বি

দৰ পূজা - কোঁচ- ৰাজবংশী

টুটু পূজা - চাহ জনগষ্ঠীসকলে 

জহং - কাৰ্বি

বহাগীয়া বিচু - দেউৰী

ফাৰকান্তি - ৰাভা

বৈশাগু - বড়ো


10) Boundary Line:-

Ans- 

Radcliffe Line - India - Pakistan & India - Bangladesh 

Macmohan Line - Cina - India

Durand Line - Pakistan - Afghanistan


12) ভাৰতৰ আটাইতকৈ ডাঙৰ মিউজিয়াম টোৰ নাম আৰু কত অৱস্থিত?

Ans- ভাৰতীয় সংগ্ৰাহলয় আৰু আছে কলকাতাত


13) যোগ দিবস কেতিয়া পালন কৰা হয়?

Ans - 21 June


14) চিপকো আন্দোলন কাৰ নেতৃত্বত পৰিচালিত হৈছিল?

Ans- সুন্দৰলাল বহুগুণা


15) নাগালেণ্ডৰ চৰকাৰী ভাষা কি?

Ans- ইংৰাজী


16) কোনখন চহৰক ভাৰতৰ গাৰ্ডেন চিটি বুলি জনা যায়?

Ans- বাংগালোৰ


17) কোনখন দেশক "মাজ ৰাতিৰ সুয্যৰ" দেশ বুলি কয়?

Ans- নৰৱে (Norway)


18) অসমৰ প্ৰথম বেৰিষ্টাৰী কোন আছিল?(Barrister of Assam)

Ans- আনন্দৰাম বৰুৱা


19) অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত ঋতু কি?

Ans- প্ৰাক - মৌচুমী ঋতু (Pre - Monsoon Season)


20) কোনখন বেদ আটাইতকৈ পুৰণি বেদ?

Ans- ঋক বেদ


21) কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়?

a. Godavari River

b. Cavery River

c. Luni River

d. Krishna River

Ans- a






No comments:

Post a Comment