Monday, 11 October 2021

Assam TET 2021 Environmental Science Important MCQ : Part -1



                    Assam TET 2021

             Environmental Science

                         Part -1



1) উদ্ভিদে কোনটো প্ৰক্ৰিয়াৰে খাদ্য তৈয়াৰ কৰে?

> পৰাগ- সংযোগ

> সালোক সংশ্লেষণ

> অস্কুৰন

> প্ৰস্বেদন

Ans : সালোক সংশ্লেষণ


2) CNG ৰ সম্পূৰ্ণ অৰ্থ কি?

> Common National Gas

> Common Natural Gas

> Compressed Natural Gas

> Certified Natural Gas

Ans : Compressed Natural Gas


3) ঘৰত ব্যৱহাৰ কৰা ম'হ খেদোৱা দ্ৰব্য বিধ কি?

> বীজনুনাশক

> পতংগনাশক

> জীৱাণুসাৰ

> কৃমিনাশক

Ans :  পতংগনাশক


4) পানীৰ অণুজীৱ ধ্বংস কৰা পদ্ধতিটোক কি বোলে?

> পানী শুদ্ধিকৰণ

> ফিল্টাৰাইজেচন

> পৰিশোধিত

> পানীৰে  নিৰ্বীজকৰণ

Ans : পানীৰে  নিৰ্বীজকৰণ


5) অসমৰ অৰণ্য মানৱ কোন?

>  ড' ভূপেন হাজৰিকা

> যাদৱ পায়েং

> শিৱ থাপা

> গোপীনাথ বৰদলৈ

Ans : যাদৱ পায়েং


6) কোলাহল জোখা একক টো কি?

> ৰিখটাৰ

> ডেছিবেল

> থাৰ্মমিটাৰ

> চিছম' গ্ৰাফ

Ans : ডেছিবেল


7) জলবায়ু আৰু বতৰ নিৰ্ভৰ কৰে?

> বায়ুমণ্ডলীয় কাৰকৰ ওপৰত

> সেই ঠাইৰ পৰিবেশৰ ওপৰত

> ভূমণ্ডলীয় কাৰকৰ ওপৰত

> উপৰোক্ত সকলো

Ans : উপৰোক্ত সকলো


8) ভিটামিন K ৰ অভাৱত হোৱা ৰোগ হল?

> কুকুৰীকণা

> কটা- ছিঙা হলে সোনকালে তেজ বন্ধ নহয়

> মাংস পেশীৰ বিকৰ হয়

> দাঁতৰ আলুৰ পৰা তেজ ওলাই।

Ans : কটা- ছিঙা হলে সোনকালে তেজ বন্ধ নহয়


9) Environment শব্দৰ উৎপত্তি কোনটো ভাষাৰ পৰা হৈছে?

> গ্ৰীক ভাষা

> ফৰাছী ভাষা

> ইংৰাজী ভাষা

> লেটিন ভাষা

Ans : ফৰাছী ভাষা


10) মহৰ দ্বাৰা হোৱা বেমাৰবিধ হল?

> প্লেগ

> গৰল

> স্কৰ্ভি

> ফাইলেৰিয়া

Ans : ফাইলেৰিয়া


11) বায়ুত থকা কোনবিধ গেছে জুই নুমুৱাত সহায় কৰে?

> অক্সিজেন 

> নাইট্ৰজেন

> কাৰ্বন ডাই অক্সাইডৰ

> হিলিয়াম

Ans : কাৰ্বন ডাই অক্সাইডৰ


12) অতি শীতল অঞ্চলত হোৱা এবিধ উদ্ভিদ হল?

> কেকটাছ

> পাইন

> মজ

> ওক

Ans : মজ


13) জাতিংগা পক্ষী উদ্যান কত আছে?

> গোলাঘাট

> যোৰহাট

> ডিমা হাছাও

> শোণিতপুৰ

Ans : ডিমা হাছাও


14) প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি?

> ইথেন

> মিথেন

> প্ৰপেন

> বিউটেন

Ans : মিথেন


15) অজন তৰপত উৎপন্ন হোৱা Ozone Hole কিহৰ উপস্থিতত হয়?

>কাৰ্বন ডাই অক্সাইড

> নাইট্ৰজেন

> ক্ল'ৰফ্ল'ৰ কাৰ্বন

> অতিবেঙুণীযা ৰশ্মি

Ans : ক্ল'ৰফ্ল'ৰ কাৰ্বন


16) পুষ্টিহীনতাৰ কাৰণ কি?

> প্ৰটিনৰ অভাৱ

> সন্তলিত আহাৰৰ অভাৱত

> ভিটামিনৰ অভাৱত

> খনিজ লৱনৰ অভাৱত

Ans : Please Comment 



Thanks for visit please Like & Share & comment 


1 comment:

  1. সন্তলিত আহাৰৰ অভাৱত

    ReplyDelete